June 5, 2025 9:27 PM
স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ
স্নাতকোত্তৰ শিক্ষক পদৰ বাবে আজি ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ লগতে ডিব্ৰুগড়, যোৰ...