December 5, 2025 6:43 PM December 5, 2025 6:43 PM
4
তামুলপুৰত আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ
তামুলপুৰ জিলাৰ কাউলিত ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত সীমান্তৱৰ্তী লোকসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনী ৰঙিয়াৰ উদ্যোগত জিলাখনৰ বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ প্রশিক্ষার্থীসকলক কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ, চিলাই মেচিন ইত্যাদিৰ প্ৰশিক্ষণ দিয়া হয়। সীমান্তবর্তী অঞ্চলৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তেওঁলোকে এনে পদক্ষেপ গ্রহণ কৰি আহিছে। এইবাৰৰ প্ৰশিক্ষণকালত ২২...