July 4, 2025 12:05 PM

views 12

টেলিভিছন ৰেটিং এজেন্সীৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং এজেন্সীৰ বাবে ২০১৪ চনত জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত খচৰাত সংবাদ প্রতিষ্ঠানসমূহৰ বাবে আৰোপিত কেতবোৰ নিষেধাজ্ঞা আঁতৰোৱাৰ পোষকতা কৰা হৈছে। বৰ্তমান ব্রডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল বা BARC হৈছে টিভি ৰেটিং প্ৰদান কৰা একমাত্র সংস্থা। কিন্তু প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সংবাদ প্রতিষ্ঠানসমূহৰ মাজত সুস্থ প্রতিযোগিতা আৰু শুদ্ধ তথা নিৰ্ভৰযোগ্য তথ্যৰ বাবে একাধিক সংস্থাক ৰেচিং প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব। টি আৰ পি ব্য...