December 5, 2024 9:07 PM
8
মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪-২২, ১৫–২১, ২১-১৩ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়াংশু ৰাজাৱাটক পৰাস্ত কৰে। তেওঁৰ লগতে ভাৰতীয় খেলুৱৈ সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুস চেত্তীয়ে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰ...