May 26, 2025 1:01 PM

views 14

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে বুলি শশী থাৰুৰ মন্তব্য

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে নতুন দৃষ্টিভংগী গ্রহণ কৰিছে আৰু এনেধৰণৰ ঘৃণনীয় কার্যকলাপত জড়িত থকা সকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য কৰিছে। পাকিস্তানৰ কোনো সন্ত্রাসবাদীয়ে সীমান্ত পাৰ হৈ আমাৰ দেশৰ জনসাধাৰণক নিৰ্বিচাৰে হত্যা কৰাৰ কথা চিন্তাও কৰিব নোৱাৰিব বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ কয়, যে সন্ত্রাসবাদীসকলে এনে আক্ৰমণৰ সঠিক মূল্য ভৰিব লাগিব। আমেৰিকাৰ নিউয়ৰ্কত কালি এটা অনুষ্ঠানত শ্ৰীথাৰুৰে এই বুলি মন্তব্য কৰে।        বৈদেশিক পৰিক্ৰম...