April 12, 2025 12:55 PM April 12, 2025 12:55 PM

views 12

স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ সমর্থ প’ৰ্টেল মুকলি

চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে সমর্থ প'ৰ্টেল মুকলি কৰিছে। ইচ্ছুক শিক্ষাৰ্থীসকলে নাম ভৰ্তিৰ বাবে এই প'ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। প'ৰ্টেলটোত ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষানুষ্ঠান তথা পাঠ্যক্রমসমূহ বাচনি কৰিব পাৰিব। শিক্ষানুষ্ঠানসমূহে অহা ৫ মে'ৰ ভিতৰত প্রছপেক্টাছসমূহ 'ৰ্টেলত আপলোড কৰিব লাগিব। প'ৰ্টেলত আবেদন জনাবলৈ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী অনুমোদিত নথিহে ব্যৱহাৰ কৰিব পাৰিব। আব...