May 9, 2025 12:31 PM
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী, ইটালীৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ বাৰ্তালাপ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি সন্ধিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্কো ৰুবীয়োৰ সৈতে কথা পাতে আৰু সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্ধাৰিত আৰু স...