May 28, 2025 10:37 AM

views 21

ভাৰতক ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ ৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ বিষয়ে পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। শ্ৰীমোদীয়ে স্বাধীনতা আন্দোলনৰ সৈতে এই বিষয়টো তুলনা কৰি কয় যে যদিহে আমাৰ পূৰ্বৰ প্ৰজন্মই ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰত দেশৰ পৰা ব্ৰিটিছৰ শাসন ওফৰাই দিবলৈ সমৰ্থ হৈছিল, তেনেহ’লে বৰ্তমানৰ ১৪০ কোটি নাগৰিকে অহা ২৫ বছৰৰ ভিতৰত উন্নত ভাৰতৰ সপোন অনুধাৱন কৰিবলৈ সমৰ্থ হ'ব। গান্ধী নগৰত কালি গুজৰাট আৰবান গ্ৰ’থ ষ্টৰীৰ ২০ বছৰ সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ প্রধানম...