April 12, 2025 1:02 PM

views 20

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ল’ভাকিয়া ভ্ৰমণৰ সফল সামৰণি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পর্তুগাল আৰু শ্ল’ভাকিয়া ভ্ৰমণ সফলতাৰে সামৰি স্বদেশলৈ উভতি আহিছে। তাত তেওঁ দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। শ্লাভাকিয়াৰ ৰাষ্ট্ৰপতি পীটাৰ পেলিগ্ৰিণীৰ আমন্ত্রণমৰ্মে শ্ৰীমতী মুৰ্মু দেশখলৈ গৈছিল। এয়া আছিল বিগত ২৯ বছৰত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম শ্লাভাকিয়া ভ্ৰমণ। এই ভ্ৰমণৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পীটাৰ পেলিগ্রিণী, প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু অ...

April 10, 2025 8:29 PM

views 19

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ব্রাতিশ্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ’ৰাম মুকলি

শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ব্রাতিস্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ'ৰাম মুকলি কৰে। অনুষ্ঠানত শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনি আৰু বৈদেশিক মন্ত্রী জুৰাজ ব্লানাৰো উপস্থিত থাকে । ব্যৱসায়িক সম্ভাৱনাক সচা সহযোগিতালৈ পৰিৱৰ্তিত কৰাৰ লগতে সহযোগী গঠনৰ ক্ষেত্ৰত এই ফ'ৰাম মূল চাবিকাঠি হব বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে আলোকপাত কৰে। শ্ৰীমতী মুমুৱে ভাৰতক দ্রুত বিকশিত অৰ্থনীতিৰ দেশ হিচাপে অভিহিত কৰাৰ লগতে অদূৰ ভৱিষ্যতে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হব বুলিও দৃঢ়তাৰে কয়...

April 9, 2025 8:12 PM

views 55

ভাৰত আৰু শ্লোভাকিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত পিটাৰ পেলেগ্রিনিৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনিৰ সৈতে ব্ৰাতিছলাভাত ভাৰত আৰু শ্লোভাকিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত দুয়োগৰাকী ৰাষ্ট্রপ্রধানে গোলকীয় আৰু আঞ্চলিক স্বার্থজড়িত বিষয়সমূহতো আলোকপাত কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই আলোচনাত ভাৰতৰ ফালৰ পৰা ৰাজ্যমন্ত্ৰী শ্ৰীমতী নিমুবেন বামভানিয়া, দোভাল পেটেল আৰু শ্ৰীমতী সন্ধ্যা ৰায়ৰ লগতে জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমু...

April 8, 2025 12:29 PM

views 15

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক পৰ্টুগালৰ লিছবন চহৰৰ সন্মানীয় KEY OF HONOUR প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক কালি পৰ্টুগালৰ লিছবন চহৰৰ সন্মানীয় KEY OF HONOUR প্ৰদান কৰা হয়। এই প্রতীকি সন্মান লিছবনৰ মেয়ৰ কাৰল'ছ মেয়দাছে ঐতিহাসক কামাৰা মিউনিচিপাল ডি লিছ'বুৱাত আনুষ্ঠানিকভাৱে প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ এগৰাকী সন্মানীয় নাগৰিক হিচাপে স্বীকৃতি দিয়ে। লিছবন চহৰৰ ছাবি হৈছে লিছবন চহৰৰ সৰ্বোচ্চ সন্মান। সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে পর্টুগালত বাস কৰা ভাৰতীয়সকল দেশখনৰ চতুৰ্থ বৃহৎ সম্প্ৰদায় আৰু এই সম্প্রদায়ে দুয়োখন দেশৰ সংস্কৃতিৰ মাজত সমন্...

April 7, 2025 7:55 PM

views 20

পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লীজবনত পৰ্টুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো দি চৌজাৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত যুটীয়াভাৱে আয়োজন কৰা সংবাদ মেলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে ভাৰত-পৰ্টুগালৰ বান্ধোনক ঐতিহাসিক ৰূপে অভিহিত কৰি ইয়াক আধুনিক আৰু বহুমাত্ৰিক অংশীদাৰিত্বৰূপে আগুৱাই নিয়াৰ হকে পোষকতা কৰে। আজিৰ বৈঠকত পৰ্টুগালৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বহুকেইটা দিশ সামৰি হোৱা আলোচনা ইতিবাচক বুলি শ্ৰীমতী মুর্মুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰ...

March 31, 2025 9:25 PM

views 22

ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা

পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ আয়োজন কৰা হয়৷ ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰে। ঈদ উৎস...

March 22, 2025 12:42 PM

views 35

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে- শ্ৰীমতী দ্রৌপদী মুৰ্মু

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে। ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া অনুষ্ঠিত পাৰ্পল মহোৎসৱত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দয়া, সৌহাদ্য, আৰু অন্তৰ্ভুক্তিকৰণে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ নিৰূপণ কৰে। বিভিন্ন প্ৰকাৰৰ দিব্যাংগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু জনসাধাৰণৰ জীৱনত ইয়াৰ প্ৰভাৱ তথা সমাজত ইয়াৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে এই পাৰ্পল মহোৎসৱৰ আয়োজন কৰা হয়। শ্ৰীমত...

March 13, 2025 9:26 PM

views 33

হোলী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে হোলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰঙৰ উৎসৱ হোলীয়ে আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱে আমাৰ জীৱনত ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱ জগাই তোলে বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে আনন্দ আৰু সুখেৰে ভৰা এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰিব। এই উৎসৱে দেশবাসীৰ মাজত ঐক্যৰ ৰং গভীৰ কৰি তুলিব বুলি তেওঁ ক...

March 11, 2025 1:07 PM

views 14

পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা এইমছৰ দীক্ষান্ত সমাৰোহত আজি ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্রমণসূচীৰে পাঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়লৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে চণ্ডিগড়ত থকা পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান-এইমছৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। এই সময়ছোৱাত পাঞ্জাৱৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শ্রীমতী মুর্মুক সংগ দিব। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যসূচীসমূহৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তাকে ধৰি সকলো ধৰণৰ ...

March 10, 2025 1:09 PM

views 25

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

 ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমতী মুৰ্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কৃতিত্বৰ বাবে খেলুৱৈ তথা দলৰ ব্যৱস্থাপক, সহযোগী-সকলো সর্বোচ্চ প্ৰশংসাৰ দাবীদাৰ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এই জয়ক অসাধাৰণ অভিহিত কৰি প্ৰতিযোগিতাখনত দলটোৱে অতি সুন্দৰ প্ৰদৰ...