August 7, 2025 12:01 PM

views 98

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত নতুন দিল্লীত আজি একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত একাদশ সংখ্যক হস্ততাঁত দিৱস উদযাপনৰ কাৰ্যসূচীত সভাপতিত্ব কৰিব। বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ভাৰতৰ হস্ততাঁত খণ্ড আৰু গ্ৰাম্য অৰ্থনীতি তথা সাংস্কৃতি পৰিচয়ৰ প্ৰতি ইয়াৰ অৱদানক সন্মান জনোৱা। সমগ্ৰ দেশৰ প্ৰায় ৬৫০ গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰোহত অংশগ্ৰহণ কৰিব। বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সচিব নীলম স্বামী ৰ...

July 31, 2025 8:36 PM

views 28

ঝাৰখণ্ডৰ দেওঘৰৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শ্ৰীমতী দ্রৌপদী মুৰ্মু উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এইমছ দেওঘৰক প্ৰতিষ্ঠাৰ ছবছৰৰ ভিতৰত ৫ খন জনজাতীয় গাঁৱত উন্নত প্রাথমিক স্বাস্থ্য যতন আৰু চিকিৎসা সুবিধা সুনিশ্চিত কৰাৰ বাবে প্ৰশংসা কৰিছে। ৰাষ্ট্ৰপতিগৰাকী আজি ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দেওঘৰৰ প্ৰথম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্রীমন্তী মুমুৱে লগতে এইমছ দেওঘৰক জনজাতীয় স্বাস্থ্যৰ উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উন্নত স্বাস্থ্য যতনৰ পৰামৰ্শদান আৰু ভিতৰুৱা অঞ্চলসমূহত ড্রমযোগে ঔষধৰ...

July 30, 2025 9:10 PM

views 22

পশ্চিম বংগৰ নাদিয়াত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পশ্চিম বংগৰ নাদিয়া জিলাৰ কল্যাণীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে এই প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ স্বাস্থ্য সেৱাত নিয়োজিত হৈ এইমছ কল্যাণীক ৰাষ্ট্ৰীয় গৌৰৱহিচাপে গঢ়ি তোলা উচিত। চৈতন্য মহাপ্রভু, নীল দৰ্পণৰ লেখক দীনবন্ধু মিত্র, স্বাধীনতা যুঁজাৰু বাঘা যতিন, কল্যাণীৰ প্ৰতিষ্ঠাপক তথা প্রাক্তন মুখ্যমন্ত্রী ড০ বিধান চন্দ্ৰ ৰয়...

July 15, 2025 11:42 AM

views 44

ওড়িশাৰ ৰবেঞ্চ’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ওড়িশাৰ ৰবেঞ্চ' বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত অংশগ্রহণ কৰাৰ লগতে কটকত অৱস্থিত ৰবেঞ্চ' ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে কেইবাটাও ভৱনৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমতী মুৰ্মুৱে ওড়িশাৰ প্ৰসিদ্ধ কবি তথা বুদ্ধিজীৱী আদিকবি সৰলা দাসৰ জয়ন্তীত অংশগ্ৰহণ কৰাৰ লগতে কটকত তেওঁ কলিংগ ৰত্ন পুৰস্কাৰ ২০২৪ অনুষ্ঠানত উপস্থিত থাকিব। দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল হৰিবাৰু কম্ভাপতি, মুখ্যমন্ত্রী মোহন চৰ...

July 14, 2025 8:35 PM

views 18

দুদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ভূৱনেশ্বৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহৰাজ্য ওড়িশালৈ দুদিনীয়া ভ্রমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল হৰিবাবু কম্ভাপতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝি, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলেওড়িশাৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীক ওড়িশাৰ পৰম্পৰাগত লোক নৃত্যৰে সম্ভাষণ জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি ভূৱনেশ্বৰত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্রতিষ্ঠান এইমছৰ পঞ্চম সমাৱৰ্তন অন...

July 14, 2025 8:32 PM

views 73

হাৰিয়ানা, গোৱা আৰু লাডাখৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি হাৰিয়ানা, গোৱা আৰু লাডাখৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি দিয়ে। প্রাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰী পুশপতি অশোক গজপতি ৰাজুক গোৱাৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হয়। হাৰিয়ানাৰ ৰাজ্যপালৰূপে প্ৰফেছৰ অশোক কুমাৰ ঘোষক নিযুক্তি দিয়াৰ লগতে লাডাখৰ উপ ৰাজ্যপালৰূপে লেফটেনেণ্ট কবিন্দ গুপ্তাক নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰপতিয়ে লাডাখৰ প্ৰাক্তন উপ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্রিগেদিয়ৰ ড° বি ডি মিশ্ৰৰ পদত্যাগপত্রও গ্ৰহণ কৰে ।

June 30, 2025 11:42 AM

views 19

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বৰেলী আৰু গোৰখপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগুৱাৰ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ভগীথ চৌধাৰীয়েও এই সমাৰোহত অংশগ্রহণ কৰিব। সমাৱৰ্তন সমাৰোহৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মু...

June 18, 2025 7:37 PM

views 16

সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয়, যে দেশে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি পৃথিৱীৰ ভিতৰতে সামৰিক সেৱাতন্ত্ৰৰ সৈতে জড়িত সামগ্ৰী নিৰ্মাণৰ বাবে এখন উন্নত বজাৰ গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতীয় কৰ্পৰেট আইন সেৱা, সামৰিক বিমান ব্যৱস্থাৰ গুণগত মানৰ আশ্বাস সেৱা আৰু কেন্দ্ৰীয় শ্ৰম সে...

June 3, 2025 12:43 PM

views 56

ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে পাৰাগুৱেক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰসংঘৰ লেখীয়া বহুপাক্ষিক মঞ্চত গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহত ভাৰতৰ স্থিতিলৈ অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰাগুৱেৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি ভৱনত পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিঅচক আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু পাৰাগুৱেৰ সম্পৰ্কক আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ হিচাপে আখ্যা দিয়ে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদক তীব্র নিন্দা কৰাৰ লগতে ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে তেওঁ পাৰাগুৱেৰ চৰকাৰক ধন্যবাদ জ্ঞাপন...

May 29, 2025 12:12 PM

views 24

ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সাহিত্য সন্মিলন উদ্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য সন্মিলন উদ্বোধন কৰিব। এই দুদিনীয়া সন্মিলনত কবিৰ সৈতে সাক্ষাৎ, ভাৰতৰ নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন বনাম পৰিৱৰ্তনৰ সাহিত্য আৰু গোলকীয় প্ৰেক্ষাপটত ভাৰতীয় সাহিত্যৰ নতুন দিশ আদি বিষয়ত ভিন ভিন সত্র অনুষ্ঠিত হ'ব। দেৱী অহিল্যা বাঈ হোল্কৰৰ গাঁথাৰে এই সন্মিলনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি ভৱনে সাহিত্য একাডেমীৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে। সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাট আৰু সমগ্ৰ দেশৰ সাহিত্য জগ...