June 30, 2025 7:37 PM June 30, 2025 7:37 PM
14
অন্যান্য খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ দেশৰ পশু চিকিৎসালয়সমূহক সমৃদ্ধ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা, তথ্যৰ বিশ্লেষণ আদিকে ধৰি বিভিন্ন পদ্ধতিয়ে পশু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে...