February 27, 2025 3:20 PM

views 22

মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থনৈতিক ৰূপান্তৰকৰণৰ দিশত খৰতকীয়া গতিৰে আগবাঢ়িছে। দেশত বহু সুযোগৰ এতিয়াও অন্বেষণ হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে সামগ্ৰীৰ গুণগত মান এটা উদ্বেগৰ বিষয় আছিল। কিন্তু বৰ...

January 9, 2025 8:41 PM

views 22

ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি গোলাঘাটৰ সৰু পথাৰত ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। তেওঁ সৰু পথাৰৰ শ্যাম গাঁৱত বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কৈৰি গাঁৱৰ পৰা পানজানলৈ তিনি কোটি ৩১ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া মঠাউৰিৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানভাৱে শুভাৰম্ভ কৰে। বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত সময়ছোৱাত জলসম্পদ বিভাগে সফলতা লাভ কৰা বুলি মন্তব্য...