May 14, 2025 11:18 AM

views 10

পঞ্চায়ত নিৰ্বাচনত ২০১৮ চনৰ তুলনাত এইবাৰ বিজেপিৰ পক্ষত ভোটদান ২৬ শতাংশতকৈও অধিক বৃদ্ধিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াসহ বশিষ্ঠ চাৰিআলিৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ২০১৮ চনৰ তুলনাত বিজেপিৰ পক্ষত এইবাৰ ভোটদানৰ হাৰ ২৬ শতাংশতকৈও অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩০...