May 10, 2025 11:56 AM

views 8

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ পাকিস্তানৰ

পাকিস্তানে বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে'হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ চলায়। ভাৰতীয় সশস্ত্র বাহিনীসমূহে ইয়াৰে বহুকেইটা ড্রোন ধ্বংস কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা বিশেষ কথা-বতৰাত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্র কর্ণেল ছোফিয়া কুৰেশ্বিয়ে কয়, যে পাকিস্তানী সেনাই সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি সমগ্ৰ পশ্চিম সীমান্তত কেইবাবাৰো ভাৰতীয় বায়ু সীমা উলংঘ...