March 15, 2025 7:40 PM
8
পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ; ৩১ জুলাই অন্তিম দিন
পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। ২০২৬ চনৰ গণৰাজ্য দিৱসত ঘোষণা হ'বলগীয়া এই বঁটাসমূহে বিভিন্ন ক্ষেত্ৰত ব্যতিক্রমী কৃতিত্ব আৰু বিশিষ্ট সেৱাৰ স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পদ্ম সন্মানৰ মনোনয়নৰ দাখিলৰ বাবে চলিত বৰ্ষৰ ৩১ জুলাইক অন্তিম দিন ধাৰ্য কৰা হৈছে। এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ ৰাষ্ট্ৰীয় বঁটা পোৰ্টেল awards.gov.inত অনলাইনযোগে আগবঢ়াব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিবৃতিত স্ব-মনোনয়নকে ধৰি সকলো নাগৰিককে মনোনয়ন আৰু পৰামৰ্শ আ...