August 29, 2024 9:13 PM
অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত মৰিগাঁৱৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান
অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভ...