ডাউনলোড
মোবাইল এপ

android apple
signal

August 29, 2024 9:13 PM | morigaon arohan

printer

অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত মৰিগাঁৱৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান

অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আয়োজিত অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই অংশগ্ৰহণ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক মানসিকতাৰে অধ্যয়ন কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু সমল ব্যক্তিসকলে অংশগ্রহণ কৰে ৷

অধিক পঢ়ক

সকলো চাওক