April 22, 2024 11:44 AM April 22, 2024 11:44 AM
17
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰেলী আৰু ৰোড শ্ব’ৰে ভোটাদাতাৰ মন আকৰ্ষণৰ চেষ্টা দলীয় নেতাৰ
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব’ৰ আয়োজন কৰি ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ আপ্রাণ চেষ্টা চলাইছে। এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত কেৰালাৰ ২০ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮ খনকৈ, মধ্য প্ৰদেশৰ ৭ খন, অসম আৰু বিহাৰৰ ৫ খনকৈ, পশ্চিম বংগ আৰু ছত্তিশগড়ৰ ৩ খনকৈ আৰু ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন...