May 2, 2025 12:19 PM
IPL : সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ ছানৰাইৰাৰ্ছ হায়দাবাদৰ মুখামুখি
■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা জয়পুৰৰ ছৱাই মানছিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্...