April 13, 2025 11:41 AM

views 29

আই পি এলঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৫৫ টা বলত ১৪টা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰৰ সহায়ত ১৪১ ৰান কৰে। এই প্ৰদৰ্শনৰ সুবাদতে অভিষেক আই পি এল ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত এখন খেলত ব্যক্তিগতভাৱে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে কে এল ৰাহুলৰ ১৩২ ৰানৰ অভিলেখ ভংগ কৰে। ট্রেভিছ হেডে ৬৬ ৰানৰ বৰঙণি আগবঢ়ায়। পাঞ...

March 27, 2025 12:10 PM

views 31

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে ১৫২ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কুইণ্টন ডি ক’কে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ক’কে ৬১টা বলত ৯৭ ৰান কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১...

February 17, 2025 12:21 PM

views 30

অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডে অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হব বুলি কালি ঘোষণা কৰে। আই পি এলৰ ১৮ সংখ্যক সংস্কৰণত ইণ্ডিয়ান প্রিমিয়াৰ লীগ বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায় ভিত্তিক টি-২০ ক্রিকেট প্রতিযোগিতা হিচাপে বিবেচিত হৈছে। অহা ২২ মাৰ্চত কলকাতাৰ প্ৰখ্যাত ইডেন গার্ডেনছ ষ্টেডিয়ামত বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত আৰম্ভণি মেচখন অনুষ্ঠিত হব। দ্বিতীয় মেচখন চানৰাইজাৰ্ছ হাইদৰাবাদ আৰু ৰাজস্থান ৰয়েলচৰ মাজত অহা ২৩ মা...