June 9, 2025 12:24 PM

views 10

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৫খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট-মোবাইল সেৱা বন্ধ

মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজ্যখনত মেইতেই সংগঠন অৰম্বাই টেংগলৰ সদস্য কানন সিঙকে ধৰি পাঁচজন নেতাক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সম্প্রদায়টোৰ লোকসকলে কৰা প্ৰতিবাদৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। ২০২৩ চনত ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত উচটনি দিয়াৰ অভিযোগত নেতাকেইজনক চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতেই ৰাজধানী ইম্ফলৰ কেইবাঠাইটো প্ৰতিবাদকাৰীয়ে হিং...