May 31, 2025 9:00 PM May 31, 2025 9:00 PM

views 11

ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে এই আলোচনাকালত বিমান সেৱা প্ৰদানকাৰী প্রতিষ্ঠানটোক শিলচৰ, ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰলৈ বিমান সংযোগ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়। এই বৈঠকৰ পাছত ইণ্ডিগোৱে ইতিবাচক সঁহাৰি দিয়া বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। তেওঁ কয়, যে এতিয়াৰে পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানখন গুৱাহাটী বিমান বন্দৰলৈ অৱতৰণ কৰিব। ইয়াৰ দ্বাৰা পুৱা...