June 4, 2025 2:04 PM

views 19

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত কালি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱাভাষা বাইদামবুড়ি প্রাথমিক বিদ্যালয়ত কালি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিংহ কোচৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাভা জনগোষ্ঠীক অভিনন্দন জনাই জনগোষ্ঠীটোৰ কা...