August 14, 2025 6:47 PM August 14, 2025 6:47 PM
4
হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ
স্বাধীনতা দিৱস উপলক্ষে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে ন-দুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা কেইবাগৰাকীয়ে শিক্ষার্থীয়ে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ...