December 6, 2024 9:06 PM
1
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা ১৩ ডিচেম্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ
শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ১৩ ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লা...