ডাউনলোড
মোবাইল এপ

android apple
signal

March 12, 2025 12:01 PM

দেশত উজলা আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ

চৰকাৰে উজলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ...