চৰকাৰে উজলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ ৰূপায়ণৰ ফলত প্ৰতি ঘণ্টাত প্ৰায় ৪ হাজাৰ ৮০০ কোটি কিলোৱাৰ্ট শক্তি ৰাহি হৈছে। তেওঁ কয়, যে এল ই ডি বাল্বসমূহৰ নগন্য পৰিমাণৰ ক্ষতিকাৰক পদার্থ থাকে আৰু সেয়েহে ইয়াৰ পৰা প্ৰদূষণৰ সম্ভাৱনা কম।
Site Admin | March 12, 2025 12:01 PM | Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs
দেশত উজলা আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ
