November 1, 2024 5:38 PM November 1, 2024 5:38 PM

views 9

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি পাইছে। তৈল বিপণন কোম্পানীসমূহে আজি এই কথা ঘোষণা কৰে। এই নিৰ্দেশনা আজিৰ পৰা কাৰ্যকৰী হৈছে।

June 1, 2024 2:39 PM June 1, 2024 2:39 PM

views 4

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে

তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডৰৰ মূল্য ৬৯ টকা ৫০ পইচাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অর্থাৎ আই অ' চি এল এ ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ এহেজাৰ ৬৭৪ টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো এল পি জি চিলিণ্ডাৰৰ মূল্য ৭২ টকা, মুম্বাইত ৬৯ টকা ৫৯ পইচা আৰু চেন্নাইত ৭০ টকা ৫০ পইচাকৈ হ্ৰাস পাইছে। এই পৰিশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হ’ব।