March 12, 2025 1:30 PM

views 11

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনকল্যাণ আৰু শাসন ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতীৰ মজুৰিৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনি, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় সুশৃংখলিতভাৱে ৰূপায়ণ, প্রধানমন্ত্ৰী আৱাস যোজনাৰ নতুন জি অ' টেগিং ব্যৱস্থাৰ দ্রুতকৰণ, মুখ্যমন্ত্ৰী মহিল...