May 31, 2025 1:22 PM

views 13

ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১,৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১ হাজাৰ ৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে। ২ জুনত এই পুঁজি মোকলাই দিয়া হ'ব। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, হস্তান্তৰৰ এই অতিৰিক্ত কিস্তিৰ জৰিয়তে ৰাজ্যসমূহে নিজৰ মূলধনী ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু বিকাশ তথা কল্যাণমূলক কাম-কাজৰ বাবে পুঁজি যোগান ত্বৰান্বিত কৰিব পাৰিব। মন্ত্ৰ্যালয়ে কৈছে যে এই ধনৰাশি ১০ জুলাইত মোকলাই দিবলগীয়া ৮১ হাজাৰ ৭৩৫ কোটি টকাৰ নিয়মীয়া হস্তান্তৰৰ অতিৰিক্ত হ'ব। সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ আৰু ২০৪...