December 26, 2024 8:38 PM December 26, 2024 8:38 PM
13
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ
নির্বাচন আয়োগে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। সেই অনুসৰি বিগত লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৬৪ কোটি ৬৪ লাখ ভোটদাতাই ভোটদান কৰিছিল। ইয়াৰ ভিতৰত ৬৫. ৭-৮ শতাংশ মহিলা ভোটাদাতা আছিল। আয়োগে প্ৰকাশ কৰা ৪২খন বিস্তাৰিত পৰিসংখ্যাগত প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ পঞ্জীয়নভুক্ত তৃতীয় লিংগ ভোটাদাতাৰ সংখ্যা ২৩. ৫ শতাংশ বৃদ্ধি পাইছে। ২০১৯ চনত তৃতীয় লিংগৰ ভোটাদাতা ২৭.৯ শতাংশ আছিল। ২০২৪ চনত এই ভোটাদাতাৰ সংখ্যা ১৪. ৬–৪ শতাংশলৈ বৃদ্ধি পায়। এই বৰ্ষৰ সাধাৰণ নিৰ্বাচনত ৪০টা কেন্দ্ৰত পু...