August 2, 2024 8:09 PM
20
ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি কৰে। এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কৰ্ক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিভিন্ন বিষয় আৰু জনসাধাৰণৰ বাবে কল্যাণমূলক আঁচনিৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সন্মিলনৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে এই সন্মিলনৰ আলোচনাই সকলো অংশ...