November 29, 2024 8:48 PM

views 39

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছেঃ বিদেশমন্ত্ৰী জয়শংকৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আজি লোকসভাত এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত ঘৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান সমূহত লুটপাত কৰা হৈছে আৰু মন্দিৰ আৰু অন্যান্য উপাসনাস্থলীত আক্রমণ সংঘটিত হৈছে। ড০ জয়শংকৰে কয় যে, শেহতীয়াকৈ বাংলাদেশত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ সময়তো মন্দিৰ আৰু পূজা মণ্ডপত আক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে। তেওঁ কয়, চলিত বৰ্ষৰ দুর্গা পূজাৰ সময়ত ঢাকাৰ তাঁতীবজাৰৰ পূ...

November 28, 2024 8:18 PM

views 77

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায়ৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছেঃ জয়শংকৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায় কৰাৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে ভাৰতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক পৰ্যায়ত আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে চলি থকা আন্তঃ চৰকাৰী আলোচনাত প্ৰচেষ্টা অব্যাহত ৰাখিছে। ড০ জয়শংকৰে কয়, যে ভাৰতে জি-ফ’ৰ...

November 14, 2024 9:12 AM

views 26

ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছেঃ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছে। নতুন দিল্লীত ভাৰত- ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপনৰ বাবে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় আইন, নিয়ম আৰু নীতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে। ড০ জয়শংকৰে কয় যে এই সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্...

November 7, 2024 8:21 PM

views 22

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে। ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া কৌশলগত দ্বিপাক্ষিক সহযোগিতাই বিশেষ ভূমিকা পালন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ড০ জয়শংকৰে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ লগতে ছিডনীৰ নিউ ছাউথ ৱেলছৰ সাংসদ গৰাকীকো দেখা কৰে। তেওঁ...

November 5, 2024 2:15 PM

views 27

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত কোনোধৰণৰ বিশেষ তথ্য অবিহনে অভিযোগ উত্থাপন কৰাৰ অভ্যাসত পৰিণত হৈছে। কানাডাত ভাৰতীয় কূটনীতিবিদসকলৰ ওপৰত নজৰ ৰখাৰ ঘটনা গ্রহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেনবেৰাত হিন্দু মন্দিৰৰ ওপৰত হো...