September 25, 2024 7:37 PM September 25, 2024 7:37 PM
9
দীনদয়াল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত দীনদয়াল ফাউণ্ডেচনে আয়োজন কৰা বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসম ৱাটাৰ চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও আৰু নলবাৰী জিলাৰ শ্ৰৱণ ক্ষমতা লোপ পোৱা শিশুক সামৰি আৰ্থিকভাৱে দুৰ্বল ২০০ গৰাকী লোকক শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী শ্রী শর্মাই কয় যে দীনদয়াল শ্ৰৱণ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু ক'ল ইণ্ডিয়া লিমিটেডৰ মিলিত ...