December 31, 2024 1:18 PM
কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা মুখ্যমন্ত্ৰীৰ
কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। সেই অনুসৰি জিলাখনৰ পালংঘাট উন্নয়ন খণ্ডৰ ৰুকি চতু...