November 5, 2025 1:21 PM November 5, 2025 1:21 PM

views 10

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ দুটা গুৰুত্বপূর্ণ প্রকল্প উদ্বোধনৰ বাবে অসমলৈ আমন্ত্ৰণ জনায়। প্রধানমন্ত্রীয়ে এই আমন্ত্রণ গ্রহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। শ্ৰী মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিব। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীত প্ৰতিবছৰে যাত্ৰীৰ আহ-যাহ ১ কোটি ৩০ লাখলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বিমান বন্দৰৰ সম্পূর্ণ ন...

February 3, 2025 6:51 PM February 3, 2025 6:51 PM

views 11

এডভাণ্টেজ আছাম সন্দৰ্ভত প্রধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আলোচনা

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰি এই সন্মিলনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। নামৰূপত চৰকাৰে ইউৰিয়া প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাক এই প্ৰকল্প...