May 9, 2025 11:58 AM
বর্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিহু অনুষ্ঠানসমূহ কাইলৈৰ পৰা বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান
বর্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিহু অনুষ্ঠানসমূহ বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে কাইলৈৰ পৰা বিহুৰ সকলো সাংস্কৃতিক অনুষ্...