March 1, 2025 1:34 PM
16
অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন
ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি, ২০২৫ অনুসৰি কৃষি প্রযুক্তি, তথ্য প্রযুক্তি, তথ্য প্রযুক্তি নিৰ্ভৰ সেৱা আৰু কৃত্রিম বুদ্ধিমত্তা, ভ্রমণ প্রযুক্তি, খাদ্য প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তি খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ২০১৭ চনৰ অসম ষ্টার্টআপ নীতিক বহল পৰিসৰলৈ লৈ যাবলৈ শেহতীয়াকৈ অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্রীসভাই অনুমোদন দিছে। এডভাণ্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে এই নীতি বলৱৎ কৰাৰ অধিসূচনা জাৰি কৰা হৈছিল। এই...