July 11, 2024 11:52 AM
14
কেন্দ্ৰীয় চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ হকে প্রয়াস চলাই আছে
● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি যাব। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। স্বাস্থ্য মন্ত্রালয়ে কৈছে যে অনুমোদিত ১৫৭খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১০৮খন ইতিমধ্যে কার্যক্ষম হৈ উঠিছে। অনুমোদিত মহাবিদ্যালয়সমূহৰ ভিতৰত ৪০খন অভিলাষী জিলাত অৱস্থিত। মন্ত্ৰালয়ে কৈছে যে ২০১৪ চনত জি...