June 4, 2025 11:46 AM
19
ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছেঃ সাংসদ সম্বিত পাত্ৰ
বিজেপিয়ে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীক অপাৰেচন সিন্দূৰৰ অৱমূল্যায়ন কৰা বুলি অভিযোগ কৰি ইয়াৰ সমালোচনা কৰিছে। বিজেপিৰ সাংসদ সম্বিত পাত্ৰই এই অভিযোগ কৰি কয়, যে ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছে। কালি ভূপালত এটা অনুষ্ঠানৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীপাত্রই কয়, যে কোনো সভ্য ৰাজনীতিক, বিৰোধী পক্ষৰ নেতা অথবা ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত এনে মন্তব্যই শোভা নাপায়। তেওঁ কয়, যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰ...