July 25, 2024 7:04 PM

views 23

আজিৰে পৰা নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া বৈঠক

বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠক আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত থাকিব। এই বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফল পুনৰীক্ষণ কৰাৰ লগতে ৰাজ্যসমূহত হ'বলগীয়া বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা আছে। তদুপৰি সংগঠনৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়েও বৈঠকত আলোচনা কৰা হ'ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰা হ'ব। এই বৈঠকৰ পাছত শনিবাৰ আৰু দেওবাৰে ...

June 23, 2024 12:29 PM

views 12

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিল্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰ্গয়াৰীক দায়িত্ব দিয়া হৈছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক ব...

June 19, 2024 12:51 PM

views 20

অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সভাপতিত্বত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ বৈঠক অনুষ্ঠিত

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত মহাৰাষ্ট্ৰ বিজেপি কোৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্রীয় মন্ত্রী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী বৈষ্ণৱ, পীয়ুষ গোৱেল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাওৰে আৰু বি.এল. সন্তোষে অংশগ্ৰহণ কৰে। পৰহি দলটোৱে ভূপেন্দ্ৰৰ যাদৱক ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু অশ্বিনী বৈষ্ণৱক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচ...