May 15, 2025 9:23 PM

views 7

শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰিৰংগা যাত্ৰা

ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰৰ অনন্তনাগত ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ই হৈছে অপাৰেচন সিন্দূৰৰ সফল পৰিচালনাৰ উদযাপনৰ এক অংশ, য'ত ভাৰতীয় সশস্ত্র বাহিনীয়ে যোৱা ৭ মেত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ কৰিছিল। শ্ৰীনগৰত বিজেপিৰ ত্ৰিৰংগা অভিযানত দলৰ জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰ ৱাকফ বোর্ডৰ অধ্যক্ষ ড০ ডাৰাখশ্বান আন্দ্ৰাবীয়ে নেতৃত্ব দিয়ে। আনহাতে ভালেসংখ্যক বিজেপি কর্মীয়ে অংশগ্ৰহণ কৰা অনন্তনাগৰ ত্ৰিৰংগা অভিযানত দলৰ আন এগৰাকী জ্যেষ্ঠ ন...