May 10, 2025 11:50 AM
জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান-কাৰ্যসূচী বাতিলৰ নিৰ্দেশনা জিলা প্ৰশাসনসমূহৰ
ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ-প্রত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্রশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হ...