April 12, 2025 9:36 PM April 12, 2025 9:36 PM

views 19

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বছৰজোৰা কাৰ্যসূচী ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

 ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ বিষয়েও আজি মন্ত্রীসভাত সিদ্ধান্ত গ্রহণ কৰা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে। এই অনুষ্ঠানৰ পৃষ্ঠপোষক হিচাপে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্রণ জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শতবৰ্ষ উদযাপনৰ আৰম্ভণি আৰু সামৰণি অন...