June 30, 2025 12:07 PM June 30, 2025 12:07 PM
14
আয়ুষ চেট্টীৰ ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল
২০ বছৰীয়া আয়ুষ চেট্টীয়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল কৰি চলিত বৰ্ষৰ বি ডব্লিউ এফ ৱৰ্ড ট্যুৰৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে ইউ এছ অপেন ফাইনেলত আয়ুষে কানাডাৰ ব্রিয়ান য়েঙক ২১-১৮, ২১-১৩ গেমত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ভাৰতৰ তনবী শৰ্মাই শীর্ষ বাছনিৰ বেইৱেন ঝেঙৰ বিৰুদ্ধে ১১-২১, ২১-১৬, ১০-২১ গেমত পৰাজিত হৈ ৰানাৰ আপৰ খিতাপ দখল কৰে।