June 28, 2024 12:28 PM June 28, 2024 12:28 PM
16
দেশৰ ব্যৱসায়ীসমাজৰ লাভালাভৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জি এছ টি প্ৰৱৰ্তন কৰা হৈছিলঃ অশোক সিংহল
যোৱা ১৯ জুনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত কার্যকৰীকৰণৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্ত মন্ত্রী অজন্তা নেওগে কালি বঙাইগাঁৱৰ অসম আৰক্ষী অভিৱৰ্তন কেন্দ্ৰত এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত সামগ্ৰী আৰু সেৱা কৰ বিষয়ত নামনি অসমৰ ছখন জিলাৰ বাণিজ্য আৰু ব্যাৱসায়িক সংস্থাসমূহৰ সৈতে আলোচনা কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এয়া আছিল দ্বিতীয়খন বৈঠক। অনুষ্ঠানত জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ী...