July 13, 2024 12:47 PM July 13, 2024 12:47 PM
24
অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী
● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্রহণ কৰিব বুলি তেওঁ বার্তাটোত উল্লেখ কৰে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও...