December 21, 2025 10:47 AM December 21, 2025 10:47 AM
11
একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি
ৰাজ্য চৰকাৰে একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰিকৰণ আৰু প্ৰাদেশীকিকৃত কৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱন সমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। এই নীতি-নির্দেশনা অনুযায়ী একত্ৰিকৰণ আৰু স্থানান্তৰনৰ বাবে কোনো এখন বিদ্যালয় বন্ধ কৰি দিলে বিদ্যালয়খনৰ ভূমি ...