August 10, 2025 8:51 PM

views 15

বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়

বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়। ড০ শৰ্মাই বি টি আৰত বিগত চাৰি বছৰত শান্তি-সম্প্ৰীতি বিৰাজ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোত বিজেপি চৰকাৰ গঠন হ’লে সকলো নাগৰিককে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে। এই সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিজেপিৰ কেইবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে। মুখ্যম...