October 30, 2024 12:31 PM October 30, 2024 12:31 PM
6
ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ, আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন
অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে, উপ-নির্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা সম্পন্ন হৈছে। মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত ধলাই সমষ্টিত ৯গৰাকী, ছিদলী সমষ্টিত ৩গৰাকী, বঙাইগাঁও সমষ্টিত ৮গৰাকী, বিহালী সমষ্টিত ৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী প্রার্থীৰেই মনোনয়ন গৃহীত হয়। ধলাই সমষ্টিত নির্দলীয় প্রার্থী অমিয় কান্তি দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। চামগুৰি সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল ...